ভদ্ৰকালী পৰ্বতৰ পৰা গৈ পাণ্ডৱসকলে কোন পৰ্বতত উঠিছিল?

উত্তৰঃ ভদ্ৰকালী পৰ্বতৰ পৰা গৈ পাণ্ডৱসকলে হৰি পৰ্বতত উঠিছিল।