ভাৰতৰ আৰু অসমৰ প্ৰাথমিক শিক্ষা | অধ্যায় ৭ | HS 1st Year Education Question and Answer Assam | Class 11 Education Chapter 7 Important Question and Answer Assamese Medium | HS 1st Year Education (AHSEC) 2 Chapter 7 Shorts Important Question Answer Notes and Suggestion Assamese Medium |

ভাৰতৰ আৰু অসমৰ প্ৰাথমিক শিক্ষা

।। প্ৰশ্নাৱলী।

(ক) খালী ঠাই পূৰ কৰাঃ

(১) পুৰণি বৈদিক শিক্ষা ব্যৱস্থাক  প্ৰথা বুলি কোৱা হৈছিল।

উত্তৰঃ 

(২) গুৰুকূল শিক্ষা  অনুষ্ঠানৰ যোগেদি আৰম্ভ হৈছিল।

উত্তৰঃ 

(৩) উপনয়নৰ পিছত শিক্ষাৰ্থীসকলক  বুলি কোৱা হৈছিল।

উত্তৰঃ 

(৪) গুৰুকূল শিক্ষা  অনুষ্ঠানৰ যোগেদি অন্ত পৰে।

উত্তৰঃ  

(৫) পুৰণি পাঠশালা সমূহৰ শিক্ষাৰ মাধ্যম  আছিল।

উত্তৰঃ 

(৬) টোল সমূহত পঢ়াৰ বয়সসীমা আছিল  বছৰৰ পৰা  বছৰলৈ।

উত্তৰঃ  

(৭)  অসমত সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিল।

উত্তৰঃ 

(৮) মুছলিম শিক্ষা ব্যৱস্থাত  সমূহ প্ৰথমিক শিক্ষাৰ অনুষ্ঠান আছিল।

উত্তৰঃ 

(৯) মুছলিম শিক্ষা ব্যৱস্থাত মাদ্ৰাচা সমূহ  শিক্ষাৰ অনুষ্ঠান আছিল।

উত্তৰঃ 

(১০)  এ ইংলেণ্ডত মনিটৰিয়ে প্ৰথা প্ৰৱৰ্ত্তন কৰিছিল।

উত্তৰঃ 

(১১) ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ  চনত আহিছিল।

উত্তৰঃ 

(১২) প্ৰথম অসমীয়া বাতৰি কাগজখন  চনত প্ৰকাশ হৈছিল।

উত্তৰঃ 

(১৩)  ক ভাৰতীয় শিক্ষাৰ ‘মেগনাকাৰ্টা’ 

উত্তৰঃ 

(১৪)  বুনিয়াদী শিক্ষাৰ মুখ্য পৃষ্ঠপোষক আছিল।

উত্তৰঃ 

(১৫)  ভাৰতৰ প্ৰথম শিক্ষা আয়োগ।

উত্তৰঃ 

(১৬) গোখলেৰ প্ৰস্তাৱ  চনত উপস্থাপন কৰা হৈছিল।

উত্তৰঃ 

(১৭) অসমৰ প্ৰথম প্ৰথমিক শিক্ষা আইনখন  চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ 

(১৮) বুনিয়াদি শিক্ষাৰ আন এটা নাম আছিল  

উত্তৰঃ 

(১৯) শিক্ষা অধিকাৰ আইন  চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ 

(২০)  চনত পূৰ্ণ সাক্ষৰতা আঁচনি গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ 

(২১)  বছৰ বয়সত মোক্তাব সমূহত নামভৰ্তি কৰিব পাৰিছিল।

উত্তৰঃ 

(২২) ফলাফল ভিত্তিক অনুদান  আয়োগে প্ৰচলন কৰিছিল।

উত্তৰঃ 

(খ) ভুল শুদ্ধ লিখাঃ

(১) উপনয়নৰ অৰ্থ হৈছে দ্বীতিয় জন্ম।

উত্তৰঃ  

(২) মুছলিম শিক্ষা ব্যৱস্থাত মোক্তাব সমূহ উচ্চ শিক্ষাৰ অনুষ্ঠান আছিল।

উত্তৰঃ  

(৩) উদে সহায়ক অনুদান ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল।

উত্তৰঃ

(৪) গোখলেৰ বিল ১৯১০ চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ 

(৫) ভাৰতচৰ সংবিধানৰ ২৮ নং অনুচ্ছেদ বাধ্যতামূলক প্ৰথমিক শিক্ষা ব্যৱস্থাৰ লগত জড়িত।

উত্তৰঃ 

(৬) ১৯২৬ চনত অসম প্ৰথমিক শিক্ষা আইন গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ

(৭) ৰাষ্ট্ৰীয় সাক্ষৰতা মিচন ১৯৮৯ চনত আৰম্ভ হৈছিল।

উত্তৰঃ 

(৮) সৰ্বশিক্ষা অভিযান ১৯৯৯ চনত আৰম্ভ হৈছিল।

উত্তৰঃ 

(৯) DPEP আঁচনিখন ১৯৯৭ চনত গ্ৰহণ কৰা হৈছিল।

উত্তৰঃ 

(গ) এটা বাক্যত উত্তৰ দিয়াঃ

(১) অসমত সত্ৰ স্থাপন কৰা ধৰ্মগুৰু দুজনৰ নাম লিখা।

উত্তৰঃ 

(২) বৌদ্ধ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলক কি বুলি কোৱা হৈছিল?

উত্তৰঃ 

(৩) বৌদ্ধিক শিক্ষা ব্যৱস্থাত শিক্ষা আৰম্ভৰ অনুস্থানটোৰ নাম লিখা।

উত্তৰঃ 

(৪) ১৮১৩ চনৰ চাৰ্টাৰ আইনত ভাৰতবৰ্ষত শিক্ষাৰ বাবে কিমান টকা ধাৰ্য কৰিছিল।

উত্তৰঃ 

(৫) হাণ্টাৰ আয়োগৰ সভাপতিজনৰ নাম লিখা।

উত্তৰঃ 

(৬) গান্ধীজীৰ ৱাৰ্ধা আঁচনিখন কোন চনত প্ৰৱৰ্ত্তন কৰা হৈছিল।

উত্তৰঃ 

(৭) নিম্নমুখী পৰিশ্ৰাৱণ নীতি কোনে প্ৰৱৰ্ত্তন কৰিছিল।

উত্তৰঃ

(৮) ‘DPEP’ পূৰ্ণ নামটো লিখা।

উত্তৰঃ 

(৯) ‘SSA’ পূৰ্ণ নামটো লিখা।

উত্তৰঃ 

(১০) ফলাফল ভিত্তিত অনুদান প্ৰথাটো কোনে পৰিহাৰ কৰিছিল।

উত্তৰঃ 

(১১) উদৰ প্ৰেৰণ পত্ৰ কোন চনত প্ৰকাশ পাইছিল।

উত্তৰঃ 

(ঘ) চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ২ নম্বৰ)

(১) উপনয়ন অনুষ্ঠানৰ বিষয়ে লিখা।

উত্তৰঃ

(২) সহায়ক অনুদান কি? 

উত্তৰঃ

(৩) টোল কি?

উত্তৰঃ

(৪) জাতীয় সাক্ষৰতা মিচনৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ 

(৫) ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদটো লিখা।

উত্তৰঃ

(৬) ভাৰতীয় সংবিধানৰ ২৮ নং দফাৰ মূল বিষয় কি আছিল? 

উত্তৰঃ

(৭) নামঘৰৰ শৈক্ষিক ভূমিকা লিখা।

উত্তৰঃ

(৮) চাৰ্টাৰ আইন ১৮১৩ ৰ শিক্ষা সংক্ৰান্ত দফাটো লিখা।

উত্তৰঃ

(৯) গোখলেৰ বিল নাকচ হোৱাৰ দুটা কাৰণ লিখা? 

উত্তৰঃ

(১০) বুনিয়াদী শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

(১১) বুনিয়াদী শিক্ষাৰ দুটা দুৰ্বলতা উল্লেখ কৰা।

উত্তৰঃ 

(গ) চমুকৈ লিখাঃ (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)

(১) পাঠশালা সম্পৰ্কে লিখা? 

উত্তৰঃ

(২) মোক্তাৱ বিষয়ে কি জাননা লিখা।

উত্তৰঃ

(৩) মাদ্ৰাচা সমূহৰ বিষয়ে লিখা? 

উত্তৰঃ

(৪) ভাৰতৰ শিক্ষাত চাৰ্টাৰ আইনৰ গুৰুত্ব বৰ্ণনা কৰা।

উত্তৰঃ

(৫) ফলাফল ভিত্তিক অনুদান প্ৰথা বুলিলে কি বুজা? 

উত্তৰঃ

(৬) দেশীয় শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ

(৭) চাৰ্টাৰ আইনৰ পৰিণতি কি হৈছিল?

উত্তৰঃ

(৮) পূৰ্ণ সাক্ষৰতা অভিযানৰ বিষয়ে কি জানা লিখা?

উত্তৰঃ

(৯) বুনিয়াদী শিক্ষাক কিয় শিক্ষাকেন্দ্ৰিক শিক্ষা বুলি কোৱা হয়? 

উত্তৰঃ

(১০) সাক্ষৰতা মিচন কি? চমুকৈ লিখা? 

উত্তৰঃ

(চ) তলৰ প্ৰশ্ন সমূহৰ উত্তৰ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)ঃ

(১) দেশীয় শিক্ষা ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ

(২) ভাৰতৰ প্ৰথমিক শিক্ষা সম্পৰ্কীয় সাংবিধানিক ব্যৱস্থা সমূহ বাখ্যা কৰা।

উত্তৰঃ

(৩) উদৰ প্ৰেৰণ পত্ৰত প্ৰথমিক শিক্ষা সম্পৰ্কীয় পৰামৰ্শসমূহ উল্লেখ কৰা।

উত্তৰঃ

(৪) হাণ্টাৰ আয়োগৰ প্ৰথমিক শিক্ষা সম্পৰ্কীয় পৰামৰ্শসমূহ লিখা।

উত্তৰঃ

(৫) লৰ্ড কাৰ্জনৰ প্ৰাথমিক শিক্ষা নীতি সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

(৬) ১৯২৬ চনৰ প্ৰথমিক শিক্ষা আইনখনৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ

(৭) শিক্ষা অধিকাৰ আইনখনৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ

(৮) DPEP আঁচনিখনৰ বিষয়ে লিখা।

উত্তৰঃ

(৯) সৰ্বশিক্ষা আঁচনিৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ

(১০) সৰ্বশিক্ষা আঁচনিৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰা।  

উত্তৰঃ

(১১) ৰাষ্ট্ৰীয় সাক্ষৰতা আইনৰ বিষয়ে লিখা।

উত্তৰঃ

(১২) গোখলেৰ বিলৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ