মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম কিমান চনত ক’ত হৈছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্ম ১৪৪৯ চনত নগাঁও জিলাৰ বৰদোৱাত হৈছিল।