মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কি ভাষাটো ভালদৰে আয়ত্ব কৰি সংস্কৃতৰ বেদ উপনিষদ গীতা আদি ধৰ্মশাস্ত্ৰ বিলাক সহজতে বুজিব পাৰিছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সংস্কৃতি ভাষাটো ভালদৰে আয়ত্ব কৰি সংস্কৃতৰ বেদ উপনিষদ গীতা আদি ধৰ্মশাস্ত্ৰ বিলাক সহজতে বুজিব পাৰিছিল।