মাদ্ৰীৰ পুত্ৰ নকুল-সহদেৱৰ কোন দেৱতাৰ অংশৰে জন্ম হৈছিল?

উত্তৰঃ মাদ্ৰীৰ পুত্ৰ নকুল-সহদেৱৰ অশ্বিনীকুমাৰৰ অংশৰে জন্ম হৈছিল।