মানুহৰ বিকাশ স্তৰ | অধ্যায় ২ | Class 11 Education Question and Answer Assam | HS 1st Year Education Lesson 2 Solution | HS 1st Year Education Chapter 2 Important Question and Answer Solution | HS 1st Education (AHSEC) 3 Chapter 2 Shorts Important Question and Answer Suggestion |

অধ্যায় ২

Stages of Human Development 

প্ৰশ্নাৱলীঃ

১। জন্মৰ পৰা ৫ বছৰ বয়সলৈকে সময়ছােৱাক কি কাল বােলা হয় ? 

উত্তৰঃ

২। কৈশােৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কোনে অভিহিত কৰিছিল ? 

উত্তৰঃ

৩। কোনটো কালত শিশুৱে সঘনে প্রশ্ন সােধে ?

উত্তৰঃ

৪। শৈশৱ কালৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ

৫। বাল্যকালৰ কেতবােৰ বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ

৬। প্রাথমিক শিক্ষাৰ উদ্দেশ্য দুটা লিখা ।

উত্তৰঃ

৭। কৈশােৰকালৰ বৈশিষ্ট্য দুটা লিখা ।

উত্তৰঃ

৮। কৈশােৰ কালক কিয় ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয় ? দুটা যুক্তি দর্শোৱা ।

উত্তৰঃ

৯। কৈশােৰ কালৰ ৪ টা প্রধান সমস্যা লিখা ।

উত্তৰঃ

১০। বীৰপূজা বুলিলে কি বুজা ?

উত্তৰঃ

১১। দলৰ প্রতি আনুগত্য মানে কি ?

উত্তৰঃ

১২। প্রাক প্রাথমিক বিদ্যালয় কি ?

উত্তৰঃ

১৩। প্রাক প্রাথমিক শিক্ষাৰ প্ৰয়ােজনীয়তা চমুকৈ লিখা ।

উত্তৰঃ

১৪। চমুটোকাঃ

( ক ) প্রাক প্রাথমিক শিক্ষা 

উত্তৰঃ

( খ ) মাধ্যমিক শিক্ষা 

উত্তৰঃ

( গ ) বাল্যকাল 

উত্তৰঃ

( ঘ ) কৈশােৰ কাল 

উত্তৰঃ

( ঙ ) শৈশৱ কালৰ শিক্ষা ব্যৱস্থা

উত্তৰঃ

১৫। খালী ঠাই পূৰণ কৰাঃ 

( ক ) শৈশৱকাল জন্মৰ পৰা ——- বছৰলৈকে ধৰা হয় । 

উত্তৰঃ

( খ ) খেল – প্রবণতা ——– কালৰ এক বৈশিষ্ট্য । 

উত্তৰঃ

( গ ) দলীয় আনুগত্য ——– কালৰ এক বৈশিষ্ট্য । 

উত্তৰঃ

( ঘ ) বাল্যকালত ——– স্তৰত ভাগ কৰা হয় । কৈশােৰ কালক ধুমুহা আৰু পীড়ণৰ সময় বুলি অভিহিত কৰিছে ।

উত্তৰঃ 

( চ ) অপৰাধ প্ৰৱণতা ——- কালৰ এক বৈশিষ্ট্য । 

উত্তৰঃ

( ছ ) কৈশােৰ কালৰ শিক্ষা ব্যৱস্থাক ——— শিক্ষা বােলা হয় ।

উত্তৰঃ