যুৱনাশ্ব ৰজাৰ নগৰখনৰ নাম কি আছিল?

উত্তৰঃ যুৱনাশ্ব ৰজাৰ নগৰখনৰ নাম আছিল ভদ্ৰাৱতীপুৰী।