শিখণ্ডীয়ে ভীষ্মৰ লগত যুদ্ধত কৰিছিলনে?

উত্তৰঃ শিখণ্ডীয়ে ভীষ্মৰ ওপৰত শৰবৰ্ষণ কৰিছিল।কিন্ত তেওঁৰ লগত ভীষ্মৰ যুদ্ধ হোৱা নাছিল।