শৰ্মিষ্ঠাই যিটো কুঁৱাত ঠেলা মাৰি খঙত দেৱযানীক পেলাই দিছিল তাত পানী আছিলনে?

উত্তৰঃ শৰ্মিষ্ঠাই যিটো কুঁৱাত দেৱযানীক ঠেলা মাৰি পেলাই দিছিল তাত পানী নাছিল।