‘সাধাৰণতঃ পুৰাণৰ লক্ষণ পাঁচোটা। শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহোটা।’ সাধাৰণতে পোৱা পুৰাণৰ পাঁচোটা লক্ষণ কি কি? শ্ৰীমদ্ভাগৱত পুৰাণত পুৰাণৰ কি কি দহোটা লক্ষণ আছে?

‘সাধাৰণতঃ পুৰাণৰ লক্ষণ পাঁচোটা। শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহোটা।’ সাধাৰণতে পোৱা পুৰাণৰ পাঁচোটা লক্ষণ কি কি? শ্ৰীমদ্ভাগৱত পুৰাণত পুৰাণৰ কি কি দহোটা লক্ষণ আছে?

উত্তৰঃ সাধাৰণতে পোৱা পুৰাণৰ পাঁচোটা লক্ষণ হ’ল- (১) সৰ্গ (সৃষ্টি), (২) প্ৰতিসৰ্গ (সৃষ্টিৰ পিছত পুনৰ সৃষ্টি), (৩) বংশ (দেৱতা আৰু ঋষিসকলৰ বংশ), (৪) মন্বস্তৰ (মনুৰ অধিকাৰ কাল), (৫) বংশানুচৰিত (ৰজাসকলৰ বংশৰ ইতিহাস)।আৰু শ্ৰীমদ্ভাগৱত পুৰাণত পুৰাণৰ দহোটা লক্ষণ হ’ল- (১) সৰ্গ, (২) বিসৰ্গ, (৩) স্থান, (৪) পোষণ, (৫) উতি, (৬) মন্বস্তৰ, (৭) ঈশান কথা, (৮) নিৰোধ, (৯) মুক্তি, (১০) আশ্ৰয়।