সীতাক ৰাৱণে হৰণ কৰাৰ বাতৰিটো ৰামক কোনে দিছিল?

উত্তৰঃ সীতাক ৰাৱণে হৰণ কৰাৰ বাতৰিটো ৰামক জটায়ু পক্ষীয়ে দিছিল।