সূৰ্যদেৱতা কাৰ পুত্ৰ আছিল?

উত্তৰঃ সূৰ্যদেৱতা কশ্যপৰ পুত্ৰ আছিল।