স্বামী বিবেকানন্দ সৰুৰে পৰাই স্বাধীনচেতীয়া মনোভাৱৰ আৰু কিহৰ প্ৰতি আগ্ৰহ আছিল?

উত্তৰঃ স্বামী বিবেকানন্দ সৰুৰে পৰাই স্বাধীনচেতীয়া মনোভাৱৰ আৰু খেলা-ধুলাৰ প্ৰতি আগ্ৰহ আছিল।