ৰুক্মবীৰে ৰুক্মণীক কাৰ লগত বিবাহ দিবলৈ মনস্থ কৰিছিল?

উত্তৰঃ ৰুক্মবীৰে ৰুক্মিণীক চেদীৰাজ শিশুপাললৈ বিবাহ দিবলৈ মনস্থ কৰিছিল।