অভিমন্যুৰ পতন হোৱা যুদ্ধখনত কাৰ জয় হৈছিল?

উত্তৰঃ অভিমন্যুৰ পতন হোৱা যুদ্ধখনত কৌৰৱৰ জয় হৈছিল।