অশ্বমেধযজ্ঞ আৰম্ভ কৰাৰ নিৰ্দিষ্ট দিন কি?

উত্তৰঃ অশ্বমেধযজ্ঞ আৰম্ভ কৰাৰ নিৰ্দিষ্ট দিন মধু বা চ’ত মাহৰ পুৰ্ণিমা তিথি।