অষ্টম দিনৰ যুদ্ধত মৃত্যু হোৱা ইৰাবান অৰ্জুনৰ কোনগৰাকী পত্নীৰ পুত্ৰ আছিল?

উত্তৰঃ অষ্টম দিনৰ যুদ্ধত মৃত্যু হোৱা ইৰাবান অৰ্জুনৰ নাগ পত্নীৰ পুত্ৰ আছিল।