গীতাত ধৰ্মগ্লানি বুলি কাক কোৱা হৈছে?

গীতাত ধৰ্মগ্লানি বুলি কাক কোৱা হৈছে?

উত্তৰঃ আধুনিক উন্নতিৰ অৱস্থাক সেইসকলে ব্যভিচাৰ বুলি গণ্য কৰে আৰু তেনে উন্নতিৰ পথত কঠোৰ ভাৱে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে। এনে অৱস্থাকেই গীতাত ধৰ্মগ্লানি বুলি কোৱা হৈছে।