জৱাহৰলাল নেহেৰুৱে ক’ত ইংৰাজী ভাষা শিক্ষা লৈছিল?

উত্তৰঃ জৱাহৰলাল নেহেৰুৱে ঘৰতে ইংৰাজী ভাষা শিক্ষা লৈছিল।