জৱাহৰলাল নেহেৰুৱে কিমান চনত বেৰিষ্টাৰী পাছ কৰিলে?

উত্তৰঃ জৱাহৰলাল নেহেৰুৱে ১৯১২ চনত বেৰিষ্টাৰী পাছ কৰিলে।