নল ৰজাৰ কি কাৰণে নিৰ্ব্বাসন আৰু দুখ-দুৰ্গতি হৈছিল?

উত্তৰঃ কলিৰ কোপত নল ৰজাৰ নিৰ্ব্বাসন আৰু দুখ-দুৰ্গতি হৈছিল।