নীলধ্বজ ৰজাৰ নগৰখনৰ নাম কি আছিল? তেওঁৰ পুত্ৰ আৰু পুত্ৰৰ ভাৰ্যাৰ নাম কি আছিল?

উত্তৰঃ নীলধ্বজ ৰজাৰ নগৰখনৰ নাম আছিল মাহেষ্মতীপুৰী।তেওঁৰ পুত্ৰ আছিল প্ৰৱীৰ আৰু পুত্ৰৰ ভাৰ্যাৰ নাম আছিল মদনমঞ্জৰী।