পাণ্ডৱসকল বনবাসত থাকোতে কোনখন বনত মাৰ্কণ্ডেয় মুনিয়ে তেওঁলোকক সাক্ষৎ কৰিছিল?

উত্তৰঃ পাণ্ডৱসকলক বনবাসত থাকোতে দ্বৈত বনত মাৰ্কণ্ডেয় মুনিয়ে তেওঁলোকক সাক্ষৎ কৰিছিল।