‘পুৰাণ কাক বোলে? ‘পুৰাণ’ৰ কি কি পাঁচোটা লক্ষণ আছে লিখা।

‘পুৰাণ কাক বোলে? ‘পুৰাণ’ৰ কি কি পাঁচোটা লক্ষণ আছে লিখা।

উত্তৰঃ প্ৰাচীন কালৰেপৰা লোক পৰম্পৰাত যিবোৰ কথা ব্যক্ত হৈ আহিছে সেইবোৰে পুৰাণ। আৰু ‘পুৰাণ’ৰ পাঁচোটা লক্ষণ হ’ল- (১) সৰ্গ (সৃষ্টি), (২) প্ৰতিসৰ্গ (সৃষ্টিৰ পিছত পুনৰ সৃষ্টি), (৩) বংশ (দেৱতা আৰু ঋষিসকলৰ বংশ), (৪) মন্বস্তৰ (মনুৰ অধিকাৰ কাল), (৫) বংশানুচৰিত (ৰজাসকলৰ বংশৰ ইতিহাস)।