বিবেকানন্দৰ সৰুতে তেওঁৰ নাম কি আছিল?

উত্তৰঃ বিবেকানন্দৰ সৰুতে তেওঁৰ নাম নৰেন্দ্ৰনাথ আছিল।