বৃহস্পতিৰ কনিষ্ঠ ভাতৃজনৰ নাম কি আছিল?

উত্তৰঃ বৃহস্পতিৰ কনিষ্ঠ ভাতৃজনৰ নাম আছিল সম্বৰ্ত।