মথুৰাৰ ৰজা কংস পূৰ্বজন্মত কি আছিল?

উত্তৰঃ মথুৰাৰ ৰজা কংস পূৰ্বজন্মত কালনেমি নামে দৈত্য আছিল।