মহাদেৱে জয়দ্ৰথক কি বৰ দিছিল?

উত্তৰঃ অৰ্জুনৰ বাহিৰে চাৰিজন পাণ্ডৱক জয় কৰিব পাৰিব বুলি জয়দ্ৰথক মহাদেৱে বৰ দিছিল।