মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ কেইটা নাম আছিল আৰু কি কি?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ দহটা নাম হ’ল শংকৰদেৱ, মহাপুৰুষ, গংগাধৰ, ডেকাগিৰী, অধিকাৰী, সন্ত, মহন্ত, আতা, মোমোস্ত আৰু জগন্নাথ।