যুধিষ্ঠিৰে নানা স্বৰ্গ দেখাৰ পাছত কাৰ পুৰী দৰ্শন কৰিছিল?

উত্তৰঃ যুধিষ্ঠিৰে নানা স্বৰ্গ দেখাৰ পাছত শংকৰৰ কৈলাসপুৰী দৰ্শন পাইছিল।