শাম্বৰ মাকৰ নাম কি আছিল ? তেওঁ কাৰ ভাৰ্যা আৰু কন্যা আছিল?

উত্তৰঃ শাম্বৰ মাকৰ নাম আছিল জম্বৱতী।জম্বৱতী কৃষ্ণৰ ভাৰ্যা আৰু ঋক্ষৰাজ জাম্বুবানৰ কন্যা আছিল।