শিৱক কিয় ত্ৰিপুৰাৰি বুলি কোৱা হয়?

উত্তৰঃ ত্ৰিপুৰাসুৰক বধ কৰাৰ কাৰণে শিৱক ত্ৰিপুৰাৰি বুলি কোৱা হয়।