সেই গাঁও, সেই দিন গ’ল আজি সকলোটি একেলগে সকলো হেৰাল; আগৰ সকলো আছে তথাপিও কিবা যেন কাঁহ পৰি জীন যোৱা- সকলোটি নিমাত নিতাল!

সেই গাঁও, সেই দিন গ’ল আজি সকলোটি

একেলগে সকলো হেৰাল;

আগৰ সকলো আছে তথাপিও কিবা যেন

কাঁহ পৰি জীন যোৱা-

সকলোটি নিমাত নিতাল!

উত্তৰঃ CLASS 12 (ADVANCE ASSAMESE)

পদ্যাংশ- মোৰ গাঁও