অমাধ্যম অনুমানঃ সমবৰ্তন, প্ৰতিবৰ্তন আৰু সমবিবৰ্তন(Immediate Inference: Conversion, Obversion & Contraposition) | Chapter 5 | Gauhati University 1st Sem Philosophy Question Answer Assamese Medium | TDC 1st Semester B.A Philosophy Solutions Assamese Medium | B.A 1st Sem philosophy Notes And Suggestion Assamese Medium |

 Chapter: 5

 অমাধ্যম অনুমানঃসমবৰ্তন, প্ৰতিবৰ্তন আৰু সমবিবতন

Immediate Inference: Conversion, Obversion  Contraposition

প্ৰশ্নাৱলীঃ

Short Questions:

চমু প্ৰশ্নঃ

1) How many kinds of infereance are there?

অনুমান কেই  প্ৰকাৰৰ?

উত্তৰঃ

2। Give an example of induction?

আগমন অনুমানৰ এটা উদাহৰণ দিয়া?

উত্তৰঃ

3। Give an example of deducation.

নিগমন অনুমানৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

4.State on characteristics of induction.

আগমন অনুমানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

5. State on charactristcis of deducation.

নিগমন অনুমানৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

6. State one difference between induction and deducation.

আগমন আৰু নিগমন অনুমানৰ অটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ

7. How many types of deducation are there?

নিগমন অনুমান কেই প্ৰকাৰৰ?

উত্তৰঃ

8. How many premises are there in an immediate inference?

অমাধ্যম অনুমানত কেইটা আশ্ৰয়বাক্য  থাকে?

উত্তৰঃ

9. How many premises are there in a mediate inference?

মধ্যম অনুমানত কেইটা আশ্ৰয়বাক্য থাকে?

উত্তৰঃ

10. Give an example of immediate inference.

অমাধ্যম অনুমানৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

11. Give an exmple of mediate inference.

মাধ্যম অনুমানৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

12. Give an exmple of conversion.

সমবৰ্তনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

13. Give an exmple of obversion.

প্ৰতিবৰ্তনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

14. Give an exmple or inference by converse relation.

বিপৰীত সম্বন্ধভিত্তিক সমবৰ্তনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

15. State one rule of obversion.

প্ৰতিবৰ্তনৰ এটা নিয়ম উল্লেখ কৰা।

উত্তৰঃ

16. State one rule of obversion

সমবৰ্তনৰ এটা নিয়ম উল্লেখ কৰা।

উত্তৰঃ

17. Give an exmple of meterial obversion.

বস্তগত প্ৰতিবৰ্তনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

18. How many types of conversion are there?

সমবৰ্তন কেই প্ৰকাৰৰ?

উত্তৰঃ

19. What is the conversion of A proposition?

A বচনৰ সমবৰ্তনটো কি?

উত্তৰঃ

20. Can A proposition be convertrd simply?

A বচনৰ সৰল সমবৰ্তন সম্ভৱনে?

উত্তৰঃ

21. Can E proposition be converted simply?

E বচনৰ সৰল সমবৰ্তন সম্ভৱনে?

উত্তৰঃ

22. Can I proposition be converted simply?

I বচনৰ সৰল সমবৰ্তন সম্ভৱনে?

উত্তৰঃ

23. Can O proposition be converted?

O বচনৰ সমবৰ্তন সম্ভৱনে?

উত্তৰঃ

24. Give an exmple of conversion by negation?

নিষেধমূলক সমবৰ্তনৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

b. Define/ Answer briefly:

সংজ্ঞা/ উত্তৰ দিয়াঃ

1. Inference/ অনুমান

Answer: 

2. Induction/ আগমন অনুমান

Answer: 

3. Deduction/ আগমন অনুমান

Answer: 

4. Conversion/ সমবৰ্তন

Answer: 

5. Obversion/প্ৰতিবৰ্তন

Answer: 

6. Conversion by negation/নিষেধমূলক সমবৰ্তন

Answer: 

7. Simple Conversion/সৰল সমবৰ্তন

Answer: 

8. Conversion by limitation/অসৰল সমবৰ্তন

Answer: 

9. Meterial Obversion/বস্তগত প্ৰতিবৰ্তন

Answer: 

10. Inference by converse relation/বিপৰীত সম্বন্ধভিত্তিক সমবৰ্তন

উত্তৰঃ

c. Board Questions:

ৰচনাধৰ্মী প্ৰশ্নঃ

1. What is inference? Explain its different kinds.

অনুমান কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

2. Distinguish between induction and deduction.

আগমন আৰু নিগমন অনুমানৰ পাৰ্থক্য নিৰূপণ কৰা।

উত্তৰঃ

3. What is deduction? What are its defferent kinds. Define with exmples.

নিগমন অনুমান কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? উদাহৰণসহ সংজ্ঞা দিয়া।

উত্তৰঃ

4. What is obversion? State the rules of obversion.

প্ৰতিবৰ্তন কাক বোলে ? ইয়াৰ নিয়মসমূহ উল্লেখ কৰা

উত্তৰঃ

5. What is ,material obversion? Is it a valid types of obversion?

বস্তগত প্ৰতিবৰ্তন কাক বোলে ? ই বৈধ প্ৰতিবৰ্তন হয় নে?

উত্তৰঃ

6. What is converstion? State the rules of conversion.

সমবৰ্তন কাক বোলে?  ইয়াৰ নিয়মসমূহ উল্লেখ কৰা।

উত্তৰঃ

7. What is  conversion by negation? Is it a valid conversion.

নিষেধমূলক সমবৰ্তন কাক বোলে?  ই বৈধ সমবৰ্তন হয় নে?

উত্তৰঃ

8. Write a shor note on inference by converse srelation.

বিপৰীত সম্বন্ধভিত্তিক সমবৰ্তনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ

9. Can A proposition be converted simply? Explain.

A বচনৰ সৰল সমবৰ্তন কৰিব পাৰি নে? ব্যাখ্যা কৰা।

উত্তৰঃ

10. Can O proposition  be converted? Explain.

O বচনৰ সমবৰ্তন কৰিব পাৰি নে? ব্যাখ্যা কৰা।

উত্তৰঃ

d.  Convert  Obvert of the following propositions.

তলত দিয়া বচনসমূহৰ সমবৰ্তন, প্ৰতিবৰ্তন আৰু সমবিবৰ্তন কৰাঃ

1. All that glitters is not gold/ সকলো চকচকীয়া বস্ত সোন নহয়।

Answer: 

2. All good author are not good speaker/ সকলো ভাল লেখক ভাল বক্তা নহয়।

Answer: 

3. Only uneducated are suprstitious/কেৱল অশিক্ষিতসকলেই অন্ধবিশ্বাসী।

Answer: 

4. Any student can do this/ যিকোনো ছাত্ৰই এইটো কৰিব পাৰে।

Answer: 

5. Cow never eat meat/ গৰু কেতিয়াও মাংস নাখায়।

Answer: 

6. No men is God/কোনো মানুহ ঈশ্বৰ নহয়।

Answer: 

7. Few men can do this/কম মানুহ এইটো কৰিব পাৰে।

Answer: 

8. Intelligent student alon can pass the examination/অকল বুদ্ধিমান ছাত্ৰবোৰে পৰীক্ষাত পাছ কৰিব পাৰে।

Answer: 

9. Most of the students are honest/বেছিভাগ ছাত্ৰই ভদ্ৰ।

Answer: 

10. Allmost all the Indians are patriots/ প্ৰায় সকলো ভাৰতীয়ই দেশপ্ৰেমী।

Answer: 

11. Virtuous alone are happy/একমাত্ৰ সৎলোকেই সুখী।

Answer: 

Few persons are above temptation/কদাচিৎ মানুহ প্ৰলোভনত লিপ্ত হয়।

Nobody loves a fool/মূৰ্খক কোনোৱে ভাল নাপায়।

14.   Honest persons are seldoms not happy/সৎমানুহ কদাচিতহে সুখী নহয়।

Answer: 

15. Some men are  not rich/ কিছুমান মানুহ ধনী নহয়।

Answer: 

16. All philosophers are not mad/সকলো দাৰ্শনিক পগলা নহয়।

Answer: 

17. Every poet is not a man of genius/প্ৰত্যক কবি জিনিয়াচ নহয়।

Answer: 

18. Who hats his mother? / মাকক কোনে বেয়া পায়?

Answer: 

19. Men are hardly able to control religious emotion/ মানুহ কদাচিত ধৰ্মীয় আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰে।

উত্তৰঃ

type: DIKHA BORA