আগমনৰ ভিত্তি (Grounds of Induction) | আধ্যায় ২ | Lesson 2 | B.A 1st and 2nd Sem Philosophy Question Answer Solution Assamese Medium | B.A 1st and 2nd Sem Philosophy Question and Answer Notes and Suggestion Assamese Medium | আগমনৰ ভিত্তি (Grounds of Induction) পাঠৰ Question Answer |

আধ্যায় ১

আগমনৰ ভিত্তি (Grounds of Induction)

প্ৰশ্নমালা (Exercise)

1. আগমনৰ ভিত্তি বুলিলে কি বুজা? আগমনৰ আকাৰগত আৰু বস্তুগত ভিত্তিৰ পাৰ্থক্য লিৰূপণ কৰা।

(What do you mean mean by Grounds of Induction? Distinguish between material Ground and Formal Ground of Induction?)

2. প্ৰকৃতিৰ একৰূপতা বিধি কি? এই বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়?

(What is the Law of Uniformity of Nature? Why is it called the formal ground of Induction?)

3. কাৰ্য্যকাৰণ বিধি কি ? এই বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়?

What is law of Causation? Why is it called the formal Ground of Induction.

4. আগমনৰ বিৰোধাভাষ সম্পৰ্কে এখনি চমু ৰচনা লিখা। 

(What is paradox of Induction? Write a short essay on paradox of Induction.

5. আগমৰন বস্তুগত ভিত্তি হিচাপে নিৰীক্ষণ আৰু পৰীক্ষণৰ ভূমিকা সম্বন্ধে আলোচনা কৰা।

(Explain the role of observation and Experiment as the material grounds of Induction.)

6. নিৰীক্ষণ কি? নিৰিক্ষণৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? আলোচনা কৰা।

(What is observation? What are the advantages and disadvantages of observation? Discuss.)

7. পৰীক্ষণ কি? পৰীক্ষণৰ সুবিধা আৰু অসুবিধাবোৰ কি কি? আলোচনা কৰা।

(What is experiment? What are the advantages and disadvantages of experiment? Discuss.)

Type : Priyam Jyoti Patar