এবিধ পানীত দ্ৰৱণীয় আৰু এবিধ পানীত অদ্ৰৱণীয় ধাতু কাৰ্ব’নেটৰ নাম লিখা।

উত্তৰঃ ক্ষাৰকাৰ্বনেট বোৰ পানীত দ্ৰৱণীয়। সেয়েহে, ছডিয়াম কাৰ্বনেট আৰু পটাছিয়াম কাৰ্বনেট হৈছে পানীত দ্ৰৱণীয় দুটা ধাতুৰ কাৰ্বনেট।