কবিক মানুহজনে কি বিচাৰি যোৱা বুলি ভাবিছিল?

উত্তৰঃ কবিক মানুহজনে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি যোৱা মানুহ বুলি ভাবি ভাবিছিল।