গণতান্ত্ৰিক পৰিকল্পনা কি?

উত্তৰঃ যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশ গ্ৰহণ সুনিশ্চিত কৰা হয়, সেই পৰিকল্পনাই গণতান্ত্ৰিক পৰিকল্পনা।