ছুইজাৰলেণ্ডৰ যুক্তৰাষ্টীয় ব্যৱস্থা (Swiss Federalism) | দ্বিতীয় পৰিচ্ছেদ | Lesson 2 | Class B.A 6th Sem Political Science (Major) 2 Assamese Medium | Suggestion And Notes B.A 6th Sem Political Science (Major) 2, | ছুইজাৰলেণ্ডৰ যুক্তৰাষ্টীয় ব্যৱস্থা (Swiss Federalism) পাঠৰ প্ৰশ্ন উত্তৰ |

দ্বিতীয় পৰিচ্ছেদ

ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা (Swiss Federalism)

প্ৰশ্নাৱলী 

১। ছইচ যুক্তৰাষ্ট্ৰীয় কেন্দ্ৰীয় চৰকাৰ আৰু আংগৰাজ্যসমূহৰ মাজত ক্ষমতা বিভাজন সম্পৰ্কে আলোচনা কৰা।

Discuss the division of power Central and in Switzerland.

Answer:

২। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

Explain the salient features of Swiss Federal System.

Answer:

৩। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ তুলনা কৰা।

What are the unique federal of the Swiss Federal  Council? Discuss its position in the Swiss Constitution.

Answer:

৪। ছুইজাৰলেণ্ডে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ তুলনা কৰা।

Compare the federal system of Switzerland and America.

Answer:

৫। ছুইজাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ সাদৃশ্য আৰু বৈসাদৃশ্য দেখুওৱা।

 Point out the similarities and differences of the federal system of Switzerland and America. 

Answer:

৬। ছুইজাৰলেণ্ডত কেন্দ্রীয় চৰকাৰ আৰু অংগৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিভাজন সম্পর্কে মন্তব্য দিয়া। 

Comment on the division of powers between the Centre and the Units in Switzerland.  

Answer:

৭। ছুইজাৰলেণ্ডৰ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্টন চৰকাৰৰ মাজৰ সম্পৰ্কৰ বিচাৰ কৰা। 

Examine the relations between the Centre and the Cantons in Switzerland. 

Answer:

৮। ছুইজাৰলেণ্ডত কেন্দ্রীয় চৰকাৰ শক্তিশালী হােৱাৰ কাৰণসমূহ 

Causes of the increased power of the Centre in Switzerland

 Answer:

৯। ছুইজাৰলেণ্ডৰ কেন্দ্ৰীয় চৰকাৰৰ কি শক্তি বৃদ্ধি হৈছে ? —যুক্তি দিয়া। 

Why is the Central Government in Switzerland has become strong? Give reasons. 

Answer:

১০। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় কার্যপালিকাৰ প্রধান বৈশিষ্ট্যসমূহ। Salient features of the Swiss Federal Executive. 

Answer:

১১। ছুইছ যুক্তৰাষ্ট্ৰত কেন্দ্রীয় চৰকাৰ আৰু অংগৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিভাজন সম্পর্কে আলােচনা কৰা আৰু সংবিধানৰ ক্রমবর্ধমান কেন্দ্র প্রৱণতাৰ কাৰণ দর্শোৱা। 

(Discuss on the division of powers between the Centre and the Units in Swiss Federation and account for the growing centralising tendency in the Constitution.) 

 Answer:

১২। ছুইজাৰলেণ্ড আৰু আমেৰিকাৰ সংবিধানৰ ক্ষমতা বিভাজনৰ তুলনা কৰা। 

Compare the division of powers in the Constitution of Switzerland and America. 

Answer:

১৩। ছুইজাৰলেণ্ড এখন মিত্রসংঘ (কনফেডাৰেচন) নে যুক্তৰাষ্ট্র? আলােচনা কৰা।

Is Switzerland a confederation or a federation? Discuss.

Answer:

১৪। ছুইজাৰলেণ্ডৰ সংবিধান সংশােধন পদ্ধতি ব্যাখ্যা কৰা। 

Explain the procedure for amendment of the Swiss Constitution. 

Answer:

১৫। ছুইজাৰলেণ্ডৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ পর্যালােচনা কৰা। 

Analyse the main features of the Federal System in Switzerland.

 Answer:

১৬। ছুইচ সংবিধানৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। 

Mention two salient features of the Swiss Constitution. 

Answer:

১৭। ছুইজাৰলেণ্ডৰ সংবিধানৰ যিকোনাে দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা। 

Mention any two federal features of the Swiss Constitution. 

Answer:

১৮। What is the tenure of the Swiss Federal Council? 

Answer:

১৯। চমু টোকা : ছুইজাৰলেণ্ডৰ কেন্টনসমূহ 

(Cantons of Switzerland.) 

Answer:

২০। ছুইজাৰলেণ্ডত কেন্টনৰ সংখ্যা হৈছে ৩৬/২৬/ ২৪। 

( Number of Cantons in Switzerland is 36/26/24. (Choose the correct answer)

Answer:

Type : Priyam Jyoti Patar