জতুগৃহৰ পৰা পলাই গৈ পাণ্ডৱসকলে প্ৰথমে কোনখন বনত প্ৰৱেশ কৰিছিল?

উত্তৰঃ জতুগৃহৰ পৰা পলাই গৈ পাণ্ডৱসকলে প্ৰথমে হিড়িম্ব ৰাক্ষসৰ বন বা অৰণ্যত প্ৰৱেশ কৰিছিল।