তৰ্কবিদ্যা প্ৰকৃতি, সংজ্ঞা, যুক্তিৰ, যুক্তিৰ আকাৰ বৈধতা আৰু সত্যতা (Nature, Definition, Argument form, Validity and Truth of Logic) | অধ্যায় ১ | Lesson 1 | TDC B.A 1st and 2nd Sem Philosophy Assamese Medium | Suggestion And Notes B.A 1st and 2nd Sem Philosophy, | তৰ্কবিদ্যা প্ৰকৃতি, সংজ্ঞা, যুক্তিৰ, যুক্তিৰ আকাৰ বৈধতা আৰু সত্যতা (Nature, Definition, Argument form, Validity and Truth of Logic) পাঠৰ প্ৰশ্ন উত্তৰ | GU TDC 1st and 2nd Sem Philosophy Assanese Medium |

অধ্যায় ১

 তৰ্কবিদ্যা প্ৰকৃতি, সংজ্ঞা, যুক্তিৰ, যুক্তিৰ আকাৰ বৈধতা আৰু সত্যতা

(Nature, Definition, Argument form, Validity and Truth of Logic)

প্ৰশ্নমালা (Exercise) 

1. What do you understand by the nature of Logic? Is logic a science? discuss.

তৰ্কবিদ্যা প্ৰকৃতি বুলিলে কি বুজা? তৰ্কবিদ্যা বিজ্ঞানৰ নেকি? আলোচনা কৰা।

2. Differentiate science and arts. Are normative science and arts 

বিজ্ঞান আৰু কলাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। আদৰ্শনিষ্ঠ বিজ্ঞান আৰু কলা একেইনেকি?

3. How the idea of logic comes in human society?

মানৱ সমাজত তৰ্কবিদ্যাৰ ধাৰণাটো কেনেকৈ উদ্ভৱ হ’লে? 

4.What is the main subject matter of Logic?

তৰ্কবিদ্যাৰ মূল আলোচ্য বিষয়বস্তু কি বুলি ভাবা।

5. Critically discuss Mill’s definition of logic.

সমালোচনাসহ মিলৰ তৰ্কবিদ্যাৰ সংজ্ঞাটো ব্যাখ্যা কৰা।

6. Which definition of logic you do prefer and why?

তৰ্কবিদ্যাৰ কোনটো সংজ্ঞাটো ব্যাখ্যা কৰা। 

7. Discuss the idea of logic according to modern logic.

আধুনিক তৰ্কবিদ্যাৰ দৃষ্টিৰে তৰ্কবিদ্যাৰ ধাৰণা কেনেকুৱা তাৰ আলোচনা কৰা।

8. What do you understand by an argument?

Do you think that logic is manly concerned with argument?

এটা যুক্তি বুলিলে কি বুজা? তৰ্কবিদ্যায় মুখ্য প্ৰসংগ যুক্তি বুলি তুমি ভাবানে? 

9. Differentiate argument from reasoning and inference.

যুক্তিৰ স’তে ৰিজনীমূলক চিন্তা আৰু অনুমানৰ প্ৰৰ্থক্য নিৰৰ্ণয় কৰা।

10. Explain the structure and elements an argument.

যুক্তি এটা গঠন আৰু তাৰ উপাদানসমূহৰ বৰ্ণনা কৰা।

11. What is argument form? Are argument and argument form same? Discuss.

যুক্তিৰ আশাৰ কি? যুক্তি আৰু আশাৰ একেনে? আলোচনা কৰা।

12. How many kinds of argument are therein logic? which type of argument is accepted in Modern logic? Give answer with suitable examples.

তৰ্কবিদ্যাত কেইপ্ৰকাৰৰ যুক্তি পোৱা যায়? আধুনিক তৰ্কবিদ্যাই কোন প্ৰকাৰৰ যুক্তি গ্ৰহণ কৰে? উদাহৰণ সহ লিখা।

13. Explain the Indian view about argument with example.

যুক্তিসম্পৰ্কে ভাৰতীয় মত উদাহৰণ সহ ব্যাখ্যা কৰা।

14. Differentiate Truth and validity.

সত্যতা আৰু বৈধতাৰ পাৰ্থক্যনিৰ্ণয় কৰা।

তৰ্কবিদ্যাৰ প্ৰকৃতি, সংজ্ঞা, যুক্তিৰ আকাৰ, বৈধতা আৰু সত্যতা

15. Discuss I.M. copi’s view on the relation between argument and argument form.

যুক্তি আৰু আকাৰ মাজত সম্পৰ্কৰ বিষেয় আই এম কপিৰ মত আলোচনা কৰা

16. Answer shortly-চমুতে উত্তৰ দিয়াঃ

(a) Sound argument সুস্থ যুক্তি

(b) Deductive argument নিগমনাত্ম যুক্তি

(c) Panchayav পঞ্চাবয়ব

(d) probability argument সম্ভাৱনামূলক যুক্তি

(e) conditions of valid argument বৈধ যুক্তিৰ চৰ্তসমূহ

17. Define the validity of the following argument by truth table.

সত্য তালিকাৰ জৰিয়তে তলৰ যুক্তিসমূহৰ বৈধতা নিৰ্ণয় কৰা

(a) 〜  p ⊃ 〜             (b) p v p

           p                           〜 p

    ∴  q                              ∴   q 

(c) If I am Prime Minister, I am famous, but I am not Prime Minister So, I am not  faoums 

18. Explain Why modern logic gives importance on argument foem. Discuss adding your own comment.

আধুনিক তৰ্কবিদ্যাই কিয় ‘যুক্তিৰ আকাৰ’ৰ ওপৰত গুৰুত্ব দিয়ে? তোমাৰ নিজা মতামতেৰে আলোচনা কৰা 

Type : Priyam Jyoti Patar