দুষ্মন্তৰ পাছত কোনে ভাৰতবৰ্ষ শাসন কৰিছিল?

উত্তৰঃ দুষ্মন্তৰ পাছত তেওঁৰ পুত্ৰ ভৰতে ভাৰতবৰ্ষ শাসন কৰিছিল।