পদ্ধতিগত অভিগমন | Chapter 7 | SYSTER APPROACH | B.A 4th Sem Education TDC Question and Answer | Guwahati University B.A 4th Sem Suggetion | TDC Education Solution Assamese Medium |

পদ্ধতিগত অভিগমন 

SYSTEM APPROACH

Chapter 7

(১) অতি চমু উওৰ দিয়া (Give very short answer)

(i) পদ্ধতি কি ?

What is system?

উত্তৰঃ

(ii) পদ্ধতিৰ ভাগ কি কি ?

What are the types of system.

উত্তৰঃ

(iii) পদ্ধতিৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

Mention one characteristic of system.

উত্তৰঃ

(iv) পদ্ধতিৰ উপাদান কেইটা?

How many elements are there in system?

উত্তৰঃ

(v) শৈক্ষিক প্ৰক্ৰিয়া কি?

What is educational process?

উত্তৰঃ

(vi) প্ৰবাহমান চিত্ৰ  কি ?

What is flow diagram

উত্তৰঃ

(২) খালী ঠাই পূৰ কৰা (Fill in the blanks)

(i) পদ্ধতিৰ ভাগ দুটা হ’ল —— আৰু —— পদ্ধতি।

Two types of system are —— and ——.

উত্তৰঃ

(ii) পদ্ধতি হ’ল —— আৰু আন্ত:নিৰ্ভৰশীল উপাদানৰ এক সমষ্টি।

 A system is a set of —— and interdependent elements.

উত্তৰঃ

(iii) শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল হ’ল পদ্ধতিৰ ——।

Teachers and students are —— of system.

উত্তৰঃ

(iv) প্ৰবাহমান চিত্ৰক প্ৰবাহমান —— হিচাপেও জনা যায়।

Flow diagram is known as flow ——.

উত্তৰঃ

(v) পদ্ধতিগত অভিগমনৰ এটা স্তৰ হ’ল বিশ্লেষণ ——।

—— analysis is step of system approach.

উত্তৰঃ

(vi) পদ্ধতিগত অভিগমন এক —— খৰচী প্ৰক্ৰিয়া ।

System approach is a —— consuming process.

উত্তৰঃ

(৩) পদ্ধতিৰ সংজ্ঞা দিয়া।

Define system.

উত্তৰঃ

(৪) পদ্ধতিৰ বৈশিষ্ট্যবোৰ লিখা ।

Write the characteristics of system.

উত্তৰঃ

(৫) পদ্ধতিৰ মৌলিক উপাদানবোৰ বৰ্ণনা কৰা।

Explain the basic elements of system.

উত্তৰঃ

(৬) পদ্ধতিগত অভিগমনৰ অৰ্থ লিখা।

Write the meaning of system of approach.

উত্তৰঃ

(৭) পদ্ধতিগত অভিগমনৰ সংজ্ঞা দিয়া।

Define system approach.

উত্তৰঃ

(৮) পদ্ধতিগত অভিগমনৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of system approach.

উত্তৰঃ

(৯) পদ্ধতিগত অভিগমনৰ স্তৰবোৰ আলোচনা কৰা।

Discuss the stages of system approach.

উত্তৰঃ

(১০) শিক্ষাত পদ্ধতিগত অভিগমনৰ বিষয়ে লিখা।

Write about the system approach in education.

উত্তৰঃ

(১১) শৈক্ষিক প্ৰযুক্তিবিদ্যাত পদ্ধতিগত অভিগমনৰ স্তৰবোৰ বৰ্ণনা কৰা।

Explain the procedural steps of system approach in educational technology.

উত্তৰঃ

(১২) পদ্ধতিগত অভিগমনত শিক্ষকৰ ভূমিকা আলোচনা কৰা।

Discuss the role of teachers in system approach in educational teahnology.

উত্তৰঃ

(১৩) শিক্ষাত পদ্ধতিগত অভিগমনৰ প্ৰয়োগৰ বিষয়ে লিখা ।

Write about the application of system approach in education.

উত্তৰঃ

(১৪) পদ্ধতিগত অভিগমনৰ সুবিধাবোৰ উল্লেখ কৰা।

Mention the advantages of system approach.

উত্তৰঃ

(১৫) পদ্ধতিগত অভিগমনৰ সীমাৱদ্ধতাবোৰ লিখা।

Write the limitations of system approach.

উত্তৰঃ

(১৬) প্ৰবাহমান চিত্ৰৰ সংজ্ঞা দিয়া।

Define flow diagram.

উত্তৰঃ

(১৭) প্ৰবাহমান চিত্ৰৰ প্ৰতীকবোৰ উল্লেখ কৰা ।

Mention the symbols of flow diagram.

উত্তৰঃ

(১৮) প্ৰবাহমান চিত্ৰৰ বৈশিষ্ট্যবোৰ লিখা ।

Write the features of flow diagram.

উত্তৰঃ

(১৯) প্ৰবাহমান চিত্ৰৰ প্ৰকাৰবোৰ বৰ্ণনা কৰা ।

Explain the types of flow diagram.

উত্তৰঃ

(২০) প্ৰবাহমান চিত্ৰ অংকনৰ প্ৰণালী বৰ্ণনা কৰা ।

Explain the guidline of drawing of drawing flow diagram.

উত্তৰঃ

(২১) প্ৰবাহমান চিত্ৰৰ সুবিধাবোৰ লিখা ।

Write the advantages of flow diagram.

উত্তৰঃ

(২২) প্ৰবাহমান চিত্ৰৰ সীমাৱদ্ধতাবোৰ উল্লেখ কৰা ।

Mention the limitations of flow diagram.

উত্তৰঃ

(২৩) প্ৰবাহমান চিত্ৰৰ এটা উদাহৰণ দিয়া ।

Give an example of flow diagram.

উত্তৰঃ

(২৪) চমুটোকা লিখা (Write short notes on)

(i) পদ্ধতিগত বিশ্লেষণ

System analysis.

উত্তৰঃ

(ii) পদ্ধতিগত নক্সা আৰু বিকাশ 

System design and development.

উত্তৰঃ

(iii) পদ্ধতিগত কাৰ্য আৰু মূল্যায়ন 

System operation and evalution.

উত্তৰঃ

(iv) প্ৰবাহমান চিত্ৰ

Flow diagram.

উত্তৰঃ

Type Himashree Bora.