প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বিকাশ আৰু বৈশিষ্ট্য (Development of symbolic Logic and Its characteristics) | অধ্যায় ২ | Lesson 2 | TDC B.A 1st and 2nd Sem Philosophy Question Answer Assamese Medium | Suggestion And Notes B.A 1st and 2nd Sem Philosophy, | প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বিকাশ আৰু বৈশিষ্ট্য Development of symbolic Logic and Its characteristics) পাঠৰ প্ৰশ্ন উত্তৰ | GU TDC 1st and 2nd Sem Philosophy Assamese Medium |

অধ্যায় ২

প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বিকাশ আৰু বৈশিষ্ট্য (Development of symbolic Logic and Its characteristics)

প্ৰশ্নমালা (Exercise)

1. প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ ক্ৰমবিকাশ সম্পৰ্কে এখনি চমু ৰচনা লিখা।

Write a short essay on development of symbolic Logic.

2. প্ৰতীত্মক তৰ্কবিজ্ঞান কি? প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ বৈশিষ্ট্যসমূহ কি কি? আলোচনা কৰা।

What is symbolic logic? What are the characteristics of symbolic Logic? Discuss.

3. প্ৰতীকাত্মক তৰ্কবিজ্ঞান বুলিলে কি বুজা? প্ৰতীকাত্মক তৰ্কবিজ্ঞান আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ মাজত মূল পাৰ্থক্যবোধৰ বিষয়বোৰ কি কি ?

What is symbolic Logic? What are the points of difference between symbolic Logic and Traditional logic?

4. পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞান বুলিলে কি বুজা? পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত কিবা সম্বন্ধ আছেনে?

What do you mean by traditional logic and symbolic logic Is there any relation between traditional logic and symbolic logic?

5. পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্ৰতীকাত্মবিজ্ঞানৰ সম্বন্ধৰ স্বৰূপ কি আলোচনা কৰা।

Explain the nature of the relation between traditional logic and symbolic logic. 

Type : Priyam Jyoti Patar