পৰিৱেশৰ ওপৰত পৰা নঞৰ্থক প্ৰভাৱ আৰু দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় শিক্ষা | Chapter 4 | অধ্যায় ৪ (Environment Stressors and Disaster Management Education) | Gauhati University B.A 4th Sem Education Question and Answer Assames Medium | GU B.A 4th Sem Education Suggestion Assames Medium| TDC B.A 4th Sem Education Question and Answer Assames Medium |Gauhati University B.A 4th Sem Question and Answer Solution | TDC B.A 4th Sem Honors Education Solution |

পৰিৱেশৰ ওপৰত পৰা নঞৰ্থক প্ৰভাৱ আৰু দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় শিক্ষা

(Environmental Stressors and Disaster Management Education)

Chapter4

1. Fill up the blanks (খালী ঠাই পূৰ কৰা)

(a) The World population Day is observed on _____ in the year    _______.

বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় _____  তাৰিখৰ ______    চনত।

উত্তৰঃ

 (b) Man-made pollution is divided into _____ types as _____ and.

মানৱ সৃষ্ট প্ৰদূষক _______ ভাগত ভাগ কৰা হয়, এনেদৰে ______  আৰু _____ ।উত্তৰঃ(c) To measure the density of smoke is used ______.
ধোৱাৰ ঘনত্ব জুখিবলৈ ______ ব্যৱহাৰ কৰা হয়।উত্তৰঃ (d) To measure air pollution, air samples are collected by ______.বতাহৰ প্ৰদূষণ জুখিবলৈ, বতাহৰ নমুনা _____ সংগ্ৰহ হয়। উত্তৰঃ(e) The first world climate summit was held in ______ in ______.
প্ৰথম বিশ্ব-জলবায়ু চামিট পতা হৈছিল _______ চনত _____    তাৰিখে।উত্তৰঃ(f) The conference on Industries and climate was held in the year    ______ on dated ______.শিল্প আৰু জলবায়ু সম্পৰ্কীয় অধিৱেশন ______ চনৰ _______ ত  পতা হৈছিল।উত্তৰঃ (g) Vienna convention for the protection and maintence of Ozone     layers was held in ______. বায়ুৰ ওজন স্তৰৰ সংৰক্ষন আৰু বৰ্দ্ধনৰ বাবে ভিয়েনাত আলোচনা     চক্ৰ পতা হৈছিল ______ ত।উত্তৰঃ(h) The second World climate summit was held in _____ to Check    the emission of _____. বিশ্বৰ দ্বিতীয় জলৱায়ু চামিট পতা হৈছিল ______ ইয়াৰ দ্বাৰা।উত্তৰঃ (i) In ____ the Govt. of India introduction the Disaster                     Management Act. _______ ত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইনখন উপস্থাপন কৰিছিল।

(j) The Word “Disaster” has originated from _______ and ______.
    “দুৰ্যোগ শব্দটো উৎপত্তি  হৈছে _________ আৰু ______ ৰ পৰা।উত্তৰঃ

2. Very Short  answer (চমু উত্তৰ লিখা)

(a) Quote the UNO’s definition of Disaster.
দুৰ্যোগ সংযুক্ত ৰাষ্ট্ৰসংঘই দিয়া সংঙ্গাটো তুলিব দিয়া।
উত্তৰঃ

(b) Quote the WHO’s definition of Disaster.

 দুৰ্যোগৰ বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সঙ্গাটো লিখা।
উত্তৰঃ
(c) Write the importance points of 20005 Disaster Management Act of India.

২০০৫ চনত দুৰ্যোগ ব্যৱস্থাপনা আইনখনৰ গুৰুত্বপূৰ্ণ দিশকেইটা লিখা।

উত্তৰঃ

(d) When did Govt. of India include the Subject of Disaster Management in C.B.S.E Board’s curriculum.

কেতিয়া ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা বিষয়টো CBSE পাঠ্যক্ৰম অন্তৰ্ভূক্ত কৰিছে?

উত্তৰঃ

3. Short notes on (চমুটোকা লিখা)

(a) Social response to hazards,

দুৰ্যোগৰ সমস্যাসমূহৰ প্ৰতি সামাজিক প্ৰতিক্ৰিয়া,

উত্তৰঃ

(b) Man- induced hazards,

মানৱ সৃ্ষ্ট সমস্যা,

উত্তৰঃ

(c) Five causes of floods,

বানপানী ৫ টা কাৰণ লিখা,

উত্তৰঃ

(d) Tsunamies

ছুনামী

উত্তৰঃ

(e) Causes of Earthquake.

ভূমিকম্পৰ কাৰণ বোৰ লিখা,

উত্তৰঃ

(f) Global Warming.

গোলকীয় উষ্ণতা বৃদ্ধি

উত্তৰঃ

(g) Process of Global Warming,

গোলকীয় উষ্ণতাৰ প্ৰক্ৰিয়াবোৰৰ বিষয়ে লিখা,

উত্তৰঃ

 (h) Urbanization and climate,

নাগৰীকৰণ আৰু জলবায়ু।

উত্তৰঃ 

(i) Pollution Dome

প্ৰদূষণ স্তম্ভ 

উত্তৰঃ 

(j) Disaster Management Cycle, দুৰ্যোগ ব্যৱস্থাপনা চক্ৰ।

উত্তৰঃ

4. Abbreviations (চমু শব্দবোৰ বহল অৰ্থত লিখা)

(a) GCP,

উত্তৰঃ

(b) IGBP,

উত্তৰঃ
(c) HDGC,
উত্তৰঃ 

(d) NDMA,

উত্তৰঃ

(e) SDMA,
উত্তৰঃ

(f) DDMA,

উত্তৰঃ

(g) SCOPE,

উত্তৰঃ

(h) WCP,

উত্তৰঃ

5. Write briefly (বহলাই লিখা)

(a) Discuss the effect of population growth on natural resources and environment.

প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশৰ ওপৰত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ আলোচনা কৰা।

উত্তৰঃ

(b) What is the meaning of environment Stressors? Write the types of environmental stressor.

পৰিৱেশীয় চাপৰ অৰ্থ বহলাই লিখা । পৰিৱেশীয় চাপৰ বিভিন্ন ভাগ সমূহৰ বিওষয়ে লিখা।

উত্তৰঃ

(c) “To much use of Fossil Fuel is the risk factor for environmental pollution” -Disaster the statement from the points of view of over- population.

“জীৱন শক্তিৰ অতি মাত্ৰা ব্যৱহাৰ পৰিৱেশ প্ৰদূষণৰ বাবে বিপদজনক অৱস্থা” -জনাধিক্যৰ দিশৰ পৰা ওপৰৰ বাক্যশাৰী আলোচনা কৰা।

উত্তৰঃ
(d) What Will be the role of researchers and scientists to make decision makers (administrators and politicians) aware of Disaster Management?

দুৰ্যোগৰ ব্যৱস্থাপনা সম্পৰ্কত বৈজ্ঞানিক আৰু গৱেষকসকলে জমসাধাৰণক সজাগ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহন কৰিব পাৰে লিখা।

উত্তৰঃ
(e) Discuss about the stress on environment through Noise pollution and over population.

শব্দ প্ৰদূষণ  আৰু জনাধিক্যৰদ্বাৰা পৰিৱেশৰ ওপৰত পৰা বেয়া প্ৰভাৱৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ
(f) Discuss the relevance of carrying capacity relating to population and environment.

জমসংখ্যা আৰু পৰিৱেশৰ ওপৰত বহন ক্ষমতাৰ প্ৰাসংগিকতা আলোচনা কৰা।

উত্তৰঃ
(g) How we could be reduced and managed Nature Disaster? What are the importance aspects of Disaster Management?

আমি কেনেকৈ প্ৰাকৃতিক দুৰ্যোগ কামব আৰু দুৰ্যোগৰ সময়ত সু-ব্যৱস্থা কৰিব পাৰো আলোচনা কৰা। দুৰ্যোগ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ আলোচনা কৰা।

উত্তৰঃ
(h) “Environmental hazards and disasters stressors are Manageable”-  Discuss.

পৰিৱেশীয় সমস্যা আৰু দুৰ্যোগৰ হেঁচা ব্যৱস্থাদ্বাৰা কমাব পাৰি” – আলোচনা কৰা।

উত্তৰঃ

Type- Ishan Dev Bora