বিধেয়াত্মক তৰ্কবিজ্ঞান | Predicate Logic | Chapter 5 | BA 2nd Sem Philosophy Major Question Answer Assamese Medium | BA 2nd Sem Philosophy Major Chapter 5 Solution Assamese Medium | BA 2nd Sem Philosophy Major Suggestion and Notes Assamese Medium | BA 2nd Sem Philosophy Major Book Solution | বিধেয়াত্মক তৰ্কবিজ্ঞান পাঠটো প্ৰশ্ন আৰু উত্তৰ |

 Chapter 5

বিধেয়াত্মক তৰ্কবিজ্ঞান

Predicate Logic

প্ৰশ্নাৱলী 

(Question) 

Short Question :

1. Who first introduce the word ‘quantification’? 

‘পৰিমাপণ’ শব্দটো পোন প্রথমে কোনো আৰম্ভ কৰিছিল? 

উত্তৰঃ

 2. What are the two symbols that are used to symbolise a singular proposition? 

একক বচনৰ প্ৰতীকীকৰণৰ বাবে ব্যৱহৃত প্রতীক দুটা কি কি?

উত্তৰঃ

  3. What is individual constant? 

ব্যক্তি-ধ্ৰুৱক কি?  

উত্তৰঃ

4. What is predicate symbol or predicate constant? 

বিধেয় প্রতীক বা বিধেয় ধ্ৰুৱক কি? 

উত্তৰঃ

 5. What is predicate logic or quantifier logic? 

বিধেয়াত্মক তর্কবিজ্ঞান বা পৰিমাপক তর্কবিজ্ঞান কাক বোলে? 

উত্তৰঃ

6. What is individual variable? 

ব্যক্তি-পৰিৱৰ্ত কি? 

উত্তৰঃ

 7. What simple predicate?

সৰল বিধেয় কাক বোলে?

উত্তৰঃ

 8. What is free variable? 

মুক্ত পৰিবৰ্ত কি ? 

উত্তৰঃ

 9. What is bound variable?

 বন্ধ পৰিৱৰ্তা কি?

উত্তৰঃ

10. Give an example of free and bound variable. 

 মুক্ত আৰু বদ্ধ পৰিৱৰ্তাৰ উদাহৰণ দিয়া। 

উত্তৰঃ

11. Choose the correct answer : 

 Quantification belongs to propositional logic/ predicate logic. শুদ্ধ উত্তৰটো বাছি উলিওৱা :  

পৰিমাপক বচনাত্মক তর্কবিজ্ঞান / বিধেয়াত্মক তর্কবিজ্ঞানৰ অন্তর্গত।

 12. What is the sign for existential quantifier? 

 অস্তিত্বমূলক পৰিমাপকৰ চিহ্নটো কি?

উত্তৰঃ

13. What is the sign for universal quantifier? 

 সার্বিক পৰিমাপকৰ চিহ্নটো কি?

উত্তৰঃ

 14. Fill up the following blank : 

 The symbol ——– is used for universal quantification. 

খালী ঠাই পূৰণ কৰা : 

প্রতীকটো সার্বিক পৰিমাপকৰ কাৰণে ব্যৱহাৰ কৰা হয়। 

 15. What is quantifier? 

 পৰিমাপক চিহ্ন কাক বোলে? 

উত্তৰঃ

16. What is instantiation? 

 দৃষ্টান্তীকৰণ বা দৃষ্টান্ত উপস্থাপন কাক বোলে? 

উত্তৰঃ

 17. “Socrates is honest” Identify the proposition. (Major 2014)

 “চক্ৰেটিছ সৎ” বচনটো চিনাক্ত কৰা। 

উত্তৰঃ

 18. A propositional function has no truth-value. Is this statement true? 

প্রস্থাপনীয় কার্য বা বাচনিক ফলনৰ কোনো সত্য-মূল্য নাথাকে। এই উক্তিটো সত্য নে? 

উত্তৰঃ

 19. Find out the correct answer : 

A general proposition is obtained by the process of quantification/instantiaton from a propositional function. 

 শুদ্ধ উত্তৰটো বাছি উলিওৱা : বাচনিক ফলনৰ পৰা পৰিমাপক প্ৰক্ৰিয়া / দৃষ্টান্তীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা সাধাৰণ বচন এটা পোৱা  যায়। 

 20. Find out the correct answer : A singular proposition is obtained by the process of quantification/instantiaton  from a propositional function. 

 শুদ্ধ উত্তৰটো বাছি উলিওৱা :  

বাচনিক ফলনৰ পৰা পৰিমাপক প্ৰক্ৰিয়া / দৃষ্টান্তীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা একক বচন এটা পোৱা  যায়।

  21. x – What is the name of this symbol?

x –এই প্রতীকটোৰ নাম কি? 

উত্তৰঃ

22. What is propositional function? 

প্রস্থাপনীয় কার্য বুলিলে কি বুজা?

উত্তৰঃ

23. Give an example of propositional function. 

প্ৰস্থাপনীয় কাৰ্যৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ

 24. ‘∃x’ – Name the symbol.  

‘∃x’ –প্রতীকটোৰ নাম লিখা। 

উত্তৰঃ

 25. What is Singular proposition ? 

একক বচন কাক বোলে? 

উত্তৰঃ

 26. What is the name of the symbol ∃x?  

∃x প্রতীকটোৰ নাম কি? 

উত্তৰঃ

 27. What is the name of the symbol ‘(x)”?

 ‘(x)’ প্রতীকটোৰ নাম কি? 

উত্তৰঃ

 28. What is the name of the symbol ‘x’?

 ‘x’ প্রতীকটোৰ নাম কি?

উত্তৰঃ

29. State True or False : 

A singular proposition is a substitution instance of a propositional function.

 সঁচা নে মিছা লিখা :  

এটা একক বচন হ’ল বাচনিক ফলন বা প্রস্থাপনীয় কাৰ্যৰ এটা প্রতিস্থাপিত দৃষ্টান্ত। 

30. Name the logician who is credited for the discovery of quantification.  

পৰিমাপক পদ্ধতিৰ আৱিষ্কাৰৰ্কজনৰ নাম লিখা। 

উত্তৰঃ

 31. Do you think that the predicate logic includes propositional logic? 

 বিধেয়াত্মক তর্কবিজ্ঞানে বচনাত্মক তর্কবিজ্ঞানত অন্তৰ্ভূক্ত কৰে বুলি তুমি ভবা নে? 

উত্তৰঃ

 32. State the rules of universal generalisation. 

সার্বিক সামান্যীকৰণৰ নিয়মটো উল্লেখ কৰা। 

উত্তৰঃ

 33. State the rules of existential instantiation. 

 অস্তিত্বমূলক দৃষ্টান্তীকৰণৰ নিয়মটো উল্লেখ কৰা।

উত্তৰঃ

 34. State the rule of universal instantiation. 

সার্বিক দৃষ্টান্তীকৰণৰ নিয়মটো উল্লেখ কৰা।

উত্তৰঃ

35. State the rule of existential generalisation. 

অস্তিত্বমূলক সামান্যীকৰণৰ নিয়মটো উল্লেখ কৰা।  

উত্তৰঃ

Broad Questions :  

1. What is propositional function?  

বাচনিক ফলন বা প্রস্থাপনীয় কার্য বুলিলে কি বুজা?  

উত্তৰঃ

2. What do you understand by propositional function?

 প্রস্থাপনীয় কার্য বুলিলে কি বুজা?  

উত্তৰঃ

3. State the difference between propositional logic and predicate logic. 

বচনাত্মক তর্কবিজ্ঞান আৰু বিধেয়াত্মক তর্কবিজ্ঞানৰ মাজত পার্থক্য লিখা। 

উত্তৰঃ

4. Distinguish between singular proposition and general proposition.  

একক বচন আৰু সাধাৰণ বচনৰ পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ

5. Write short notes on quantifiers.

পৰিমাপক চিহ্নৰ ওপৰত এটি টোকা লিখা।  

উত্তৰঃ

6. What is quantification? Explain the rules of quantification.

পৰিমাপক কাক বোলে? পৰিমাপকৰ নিয়মসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

7. Distinguish between instantiation and quantification.    দৃষ্টান্তীকৰণ আৰু পৰিমাপকৰ পাৰ্থক্য নির্ণয় কৰা। 

উত্তৰঃ

 8. Describe how to symbolise a singular proposition. 

একক বচনৰ প্ৰতীকাত্মক প্ৰকাশ কৰাৰ পদ্ধতিটো বৰ্ণনা কৰা।

উত্তৰঃ

9.  Discuss the method of symbolisation of general propositions.

  সাধাৰণ বচনৰ প্ৰতীকত প্ৰকাশ কৰাৰ প্ৰক্ৰিয়াটো সম্বন্ধে আলোচনা কৰা। 

উত্তৰঃ

10. State the distinction between a propositional function and proposition. 

বচন আৰু বাচনিক ফলন বা প্রাস্থাপনীয় কার্যৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।  

উত্তৰঃ

11. What is predicate logic ? State one special utility of predicate logic over propositional logic. 

বিধেয়াত্মক তর্কবিজ্ঞান কাক বোলে? বচনাত্মক তর্কবিজ্ঞানতকৈ বিধেয়াত্মক তর্কবিজ্ঞানত থকা  যিকোনো এটা বিশেষ সুবিধা উল্লেখ কৰা। 

উত্তৰঃ

12. Explain universal and existential quantifiers. Symbolise different forms of general proposition by using quantifiers.

 সার্বিক পৰিমাপক আৰু অস্তিত্বমূলক পৰিমাপকৰ বিষয়ে ব্যাখ্যা কৰা। পৰিমাপক ব্যৱহাৰ কৰি কেনেদৰে বিভিন্ন প্ৰকাৰৰ সাধাৰণ বচন প্রতীকত প্ৰকাশ কৰা হয় ব্যাখ্যা কৰা।

উত্তৰঃ 

13. What is predicate logic? Distinguish between predicate logic from propositional  logic. 

 বিধেয়াত্মক তর্কবিজ্ঞান কাক বোলে? বিধেয়াত্মক তর্কবিজ্ঞানক বচনাত্মক তর্কবিজ্ঞানৰ পৰা পার্থক্য কৰা। 

উত্তৰঃ

14. What is quantification? How it can be distinguished from instantiation? Explain  the ules of universal generalisation and universal instantiation. 

পৰিমাপক কি? ই কেনেদৰে দৃষ্টান্তীকৰণৰ পৰা পৃথক? সার্বিক সামান্যীকৰণ আৰু সার্বিক দৃষ্টান্তীকৰণৰ নিয়ম দুটা ব্যাখ্যা কৰা।  

উত্তৰঃ

15. Write a short note on propositional function.  

বাচনিক ফলন বা প্রাস্থাপনীয় কাৰ্যৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ  

16. What is quantification? Explain the procedure of symbolising th traditional AEI and O propositions by means of quantifiers.

 পৰিমাপক বুলিলে কি বুজা ? A, E, I আৰু O বচনক পৰিমাপকৰ সহায়ত প্ৰতীকাত্মক ৰূপত প্ৰকাশ কৰাৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা।

উত্তৰঃ

17. Distinguish between individual and property.  

  ব্যক্তি নির্দেশক চলক আৰু গুণ নিৰ্দেশক চলকৰ মাজত পার্থক্য লিখা।

উত্তৰঃ  

18. What is the difference between singular proposition and general proposition? Give two examples of a singular proposition by symbolizing.

 একক বচন আৰু সামান্য বচনৰ মাজত থকা পার্থক্য আলোচনা কৰা। একক বচনৰ দুটা উদাহৰণ প্ৰতীকাত্মক ৰূপত প্ৰকাশ কৰা।

উত্তৰঃ

Symbolise the following Sentences in terms of predicate logic :

তলৰ বাক্যসমূহ বিধেয়াত্মক তৰ্কবিজ্ঞানৰ নিয়মত প্ৰতীকত্মক ৰূপত প্ৰকাশ কৰাঃ

1. Socrates is honcst / চক্ৰেটিছ সৎ 

উত্তৰঃ

2. Sakuntala is pure. / সকুন্তলা পবিত্ৰ

উত্তৰঃ 

3. Sita is pure. / সীতা পবিত্ৰ

উত্তৰঃ

4. Russell is a mathematician. / ৰাছেল এজন গণিতজ্ঞ 

উত্তৰঃ 

5. Bimal is honest / বিমল হয় সাধু ।

উত্তৰঃ 

6. Mina is beautiful / মীনা হয় ধুনীয়া 

উত্তৰঃ

7. Either Mina is good or Bimal is good / হয় মীনা ভাল অথবা হয় বিমল ভাল । 

উত্তৰঃ

8. Socrates is a philosopher / চক্ৰেটিচ হয় দাৰ্শনিক । 

উত্তৰঃ 

9. Russell is wise / ৰাছেল হয় জ্ঞানী । 

উত্তৰঃ

10. Some men are honest / কিছুমান মানুহ হয় সাধু । 

উত্তৰঃ

11. Everything is momentary / সকলো বস্তু হয় ক্ষণস্থায়ী ।

উত্তৰঃ

12. Everything is movable. / সকলো বস্তু গতিশীল 

উত্তৰঃ

13. All things are temporary / সকলো বস্তু হয় অস্থায়ী । 

উত্তৰঃ

14. Some snakes are poisonous / সকলো বস্তু হয় অস্থায়ী । 

উত্তৰঃ

15. Some mangoes are not sweet / কিছুমান আম নহয় মিঠা । 

উত্তৰঃ

16. All mangoes are sweet / কিছুমান আম নহয় মিঠা ।

উত্তৰঃ

17. No philosopher is scientist / কোনো দাৰ্শনিক নহয় বৈজ্ঞানিক । 

উত্তৰঃ

18. Some animals are dangerous / কিছুমান প্ৰাণী হয় হিংস্ৰ ।

উত্তৰঃ

19. Some philosopher are not mathematician / কিছমান দাৰ্শনিক নহয় গণিতজ্ঞ । 

উত্তৰঃ

20. Only graduates are elligible for the post / কেৱল স্নাতকসকলেই এই পদৰ বাবে যোগ্য। 

উত্তৰঃ

21. All crows are black . / সকলো কাউৰী হয় ক’লা ।

উত্তৰঃ

22. No philosophers is scientist. / কোনো দাৰ্শনিক নহয় বৈজ্ঞানিক । 

উত্তৰঃ

23. Some animals are intelligent. / কিছুমান প্ৰাণী হয় বুদ্ধিমান ।

উত্তৰঃ

24. Some philosophers are mathematician . / কিছুমান দাৰ্শনিক হয় গণিতজ্ঞ । 

উত্তৰঃ

25. Some logicians are not mathematician. / কিছুমান তৰ্কবিদ নহয় গণিতজ্ঞ ।

উত্তৰঃ

26. Everything is movable. / সকলো দাৰ্শনিক হয় জ্ঞানী । 

উত্তৰঃ

27. Everything is movable , / সকলোবোৰ হয় গতিশীল ।

উত্তৰঃ 

28. All Philosophers are wise . / সকলো দার্শনিক হয় জ্ঞানী ।

উত্তৰঃ 

29. No warriors are coward . / কোনো যোদ্ধা নহয় ভীক । 

উত্তৰঃ

30. Some logicians are phiosophers . / কিছুমান তর্কবিদ হয় দার্শনিক । 

উত্তৰঃ

31. Some men are not intelligent . / কিছুমান মানুহ নহয় বুদ্ধিমান ।

উত্তৰঃ 

32. All philosophers are mathematicians . ( A ) / সকলো দার্শনিক হয় গণিতজ্ঞ ।

উত্তৰঃ 

33. No philosophers are realists . ( E ) / কোনো দার্শনিক নহয় বাস্তববাদী ।

উত্তৰঃ 

34. Some philoophers are scientists . ( 1 ) / কিছুমান দার্শনিক হয় বিজ্ঞানী ।

উত্তৰঃ 

35. Some philosophers are not reliable ( O ) / কিছুমান দার্শনিক নহয় বিশ্বাসী । 

উত্তৰঃ

36. Tiger exists . / বাঘ আছে । 

উত্তৰঃ

37. Only teachers are honest / কেৱল শিক্ষকেই সৎ 

উত্তৰঃ

38. Everything is temporary / প্রত্যেক বস্তুৱেই ক্ষণস্থায়ী । 

are not reliable . / কিছুমান মানুহ নহয় বিশ্বাসী । 

39. Some people 40. All scientists and mathematicians are philosophers . / সকলো বিজ্ঞানী আৰু গণিতবিদ হয় দার্শনিক ।

উত্তৰঃ

41. Only children are honest . / অকল শিশুবোৰেই সৎ 

উত্তৰঃ

42. There are beautiful things / সুন্দৰ বস্তু আছে । 

উত্তৰঃ

43. There are no unicorns / ইউনিকর্ণ নাই । 

উত্তৰঃ

44. Nothing is permanent / কোনো বস্তু স্থায়ী নহয় ।

উত্তৰঃ 

45. Everything is mortal / সকলো বস্তু মৰণশীল ।

উত্তৰঃ 

46. Mermaids do not exist / জলকুৱৰীৰ অস্তিত্ব নাই ।

উত্তৰঃ

47. There are no angels / দেৱতা নাই ।

উত্তৰঃ

Type-Krishan Bora