বিষয় আৰু ব্যাখ্যা | Text and Interpretation | Chapter 1 | BA 5th Sem Classical Political Philosophy Major Question and Answer Assamese Medium | BA 5th Sem Classical Political Philosophy Major Chapter 1 Solution Assamese Medium | BA 5th Sem Classical Political Philosophy Major Suggestion and Notes Assamese Medium | BA 5th Sem Classical Political Philosophy Major Book Solution | বিষয় আৰু ব্যাখ্যা পাঠটো প্ৰশ্ন আৰু উত্তৰ |

Chapter 1

বিষয় আৰু ব্যাখ্যা

Text and Interpretation

প্ৰশ্নাৱলী

১। ছোফিষ্টসকলৰ মতে, ৰাষ্ট্ৰ কেনেকুৱা অনুষ্ঠান ?

উত্তৰঃ

২। ‘ৰাষ্ট্ৰ এক স্বাভাৱিক বা প্ৰাকৃতিক অনুষ্ঠান’ কথাষা কোনে কৈছিল ?

উত্তৰঃ

৩। নৈৰাজ্যবাদীসকলে ৰাষ্ট্ৰক কেনেধৰণৰ অনুষ্ঠান বুলি কৈছিল ?

উত্তৰঃ

৪। ‘ৰাষ্ট্ৰ হ’ল স্ব-পৰিচালিত সত্তা’_ কথাষাৰ কাৰ ?

উত্তৰঃ

৫। দুজন ৰোমন চিন্তাবিদৰ নাম লিখা ।

উত্তৰঃ

৬। মধ্যযুগীয় ৰাজনৈতিক পৰম্পৰাৰ ঘাই বিশেষত্ববোৰ উল্লেখ কৰা ।

উত্তৰঃ

৭। নিৰ্বিকাৰবাদীসকলৰ মূল দৰ্শনবোৰ উল্লেখ কৰা ।

উত্তৰঃ

৮। মধ্যযুগীয় ৰাজনৈতিক পৰপৰাবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ

৯। প্ৰাকৃতিক আইন আৰু ইতিবাক আইনৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰঃ

১০। প্ৰাচীন ৰাজনৈতিক দৰ্শনৰ অধ্যয়নৰ দৃষ্টিভংগীবোৰ আলোচনা কৰা ।

উত্তৰঃ

১১। নাৰীবাদী দৃষ্টিভংগীৰ দুজন প্ৰবক্তাৰ নাম লিখা ।

উত্তৰঃ

১২। ‘On Tyranny’ কিতাপখনৰ লিখক কোন ?

উত্তৰঃ

Type: Krishna Bora