শ্বেত কাৰ পুত্ৰ আছিল? কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁৰ কাৰ হাতত মুত্যু হৈছিল? Posted on 01/04/202201/04/2022 by Puspa Kakati উত্তৰঃ শ্বেত বিৰাট ৰজাৰ পুত্ৰ আছিল।কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁৰ ভীষ্মৰ হাতত মৃত্যু হৈছিল। Post Views: 88