সংবিধান আৰু সংবিধানবাদ (Constitution and Constitutionalism) | Chapter 1 | Gauhati University BA 5th Semester সংবিধান আৰু সংবিধানবাদ (Constitution and Constitutionalism) Question and Answer Solution Assamese Medium | GU TDC 5th Sem সংবিধান আৰু সংবিধানবাদ (Constitution and Constitutionalism) Short Question and Answer Assamese Medium | GU TDC 5th Semester সংবিধান আৰু সংবিধানবাদ (Constitution and Constitutionalism) Important Question and Answer |

 Chapter 1

সংবিধান আৰু সংবিধানবাদ

Constitution and Constitutionalism

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্রশ্নঃ

১। সংবিধানৰ সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

Define Constitution and discuss its main characteristics.

২। আদর্শ সংবিধানৰ বৈশিষ্ট্য ব্যাখ্যা কৰা। সংবিধানৰ কিয় প্রয়োজন? 

Explain the characteristics of a model Constitution. Why is a Constitution necessary?  

৩। লিখিত আৰু অলিখিত সংবিধানৰ প্ৰভেদ নিৰ্ণয় কৰা। 

Distinguish between Written and Unwritten Constitution.  

৪। নমনীয় আৰু অনমনীয় সংবিধানৰ প্ৰভেদ নিৰ্ণয় কৰা। 

Distinguish between Flexible and Rigid Constitution.  

৫। সংবিধানৰ আধুনিক শ্রেণী বিভাজনৰ বিষয়ে এটা টোকা লিখা। 

Write a note on Modern classification of Constitution.  

৬। ৰাষ্ট্ৰপতি চালিত চৰকাৰ মানে কি? ইয়াৰ গুণ আৰু দোষসমূহ আলোচনা কৰা। 

What is meant by Presidential form of government? Discuss its merits and demertis.  

৭। সংবিধানবাদৰ (Constitutionalism) ধাৰণাৰ বিষয়ে আলোচনা কৰা। 

৮। চীনৰ নাগৰিকসকলৰ মৌলিক অধিকাৰবোৰ আলোচনা কৰা  

Discuss the Fundamental Rights of the Chinese citizens. 

৯। ৰাষ্ট্রপতি প্রধান শাসন পদ্ধতিয়ে কি বুঝায়? ইয়াৰ গুণ আৰু দোষবোৰ কি কি?  

What is meant by the Presidential system of Government? What are its merits and defects? 

১০। সংসদ প্রধান চৰকাৰৰ সংজ্ঞা দিয়া আৰু ইয়াৰ গুণ আৰু দোষবোৰ আলোচনা কৰা।  

Define Parliamentary system of Government and discuss its merits and defects.  

১১। ৰাষ্ট্ৰপতিপ্ৰধান চৰকাৰ আৰু সংসদপ্ৰধান চৰকাৰৰ প্ৰভেদসমূহ ব্যাখ্যা করা। 

Explain the differences between Presidential and Parliamentary form of Government.  

১২। একাত্মক চৰকাৰৰ সংজ্ঞা দিয়া আৰু ইয়াৰ গুণ আৰু দোষবোৰ আলোচনা কৰা।  

Define Unitary form of Government and discuss its merits and defects. 

১৩। যুক্তৰাষ্ট্ৰীয় চৰকাৰে কি বুঝায়? ইয়াৰ গুণ আৰু দোষবোৰ কি কি?  

What is meant by Federal Government ? What are its merits and defects?  

১৪। একাত্মক চৰকাৰ আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ মাজৰ প্ৰভেদ নির্ণয় কৰা। 

Distinguish between Unitary and Federal form of Government.  

১৫। Discuss the meaning, nature and scope of Comparative Government. 

১৬।  Critically examine the basic features of Parliamentary system of government. How would you differentiate it from the Presidential system of government?  

চমু উত্তৰৰ প্রশ্নঃ  

১। Why is the British Constitution called an unwritten Constitution?  

২। সংবিধানৰ চাৰিটা বৈশিষ্ট্য লিখা। (Write four characteristics of a Constitution.) 

৩। আদর্শ সংবিধানৰ চাৰিটা বৈশিষ্ট্য লিখা। (Write four characteristics of a Model Constitution.)  

৪। লিখিত সংবিধানৰ চাৰিটা গুণ উল্লেখ কৰা। (Mention four merits of a Written Constitution.)  

৫। লিখিত সংবিধানৰ চাৰিটা দোষ লিখা। (Write four defects of Written Constitution.)  

৬। অলিখিত সংবিধানৰ চাৰিটা গুণ লিখা। (Write four merits of Unwritten Constitution.) 

৭। অলিখিত সংবিধানৰ চাৰিটা দোষ উল্লেখ কৰা। (Mention four defects of Unwritten Constitution.)  

৮। অনমনীয় সংবিধানৰ চাৰিটা গুণ লিখা। (Write four merits of Flexible Constitution.) 

৯। অনমনীয় সংবিধানৰ চাৰিটা দোষ উল্লেখ কৰা। (Mention four demerits of Flexible Constitution.)  

১০। অনমনীয় সংবিধানৰ চাৰিটা গুণ লিখা। (Write four merits of the Rigid Constitution.) 

১১। অনমনীয় সংবিধানৰ চাৰিটা দোষ উল্লেখ কৰা। (Mention four defects of Rigid Constitution.)  

১২। ৰাষ্ট্ৰপতিপ্ৰধান চৰকাৰৰ চাৰিটা গুণ লিখা (Write four merits of Presidential Government.)  

১৩। ৰাষ্ট্ৰপতিপ্ৰধান চৰকাৰৰ চাৰিটা দোষ উল্লেখ কৰা। (Mention four demerits of Presidential Government.) 

১৪। সংসদপ্ৰধান চৰকাৰৰ চাৰিটা সুবিধা লিখা। (Write four advantages of the Parliamentary system of Government.)  

১৫। সংসদপ্ৰধান চৰকাৰৰ চাৰিটা দোষ লিখা। (Mention four defects of Parliamentary system of Government.)  

১৬। এককেন্দ্ৰিক চৰকাৰৰ চাৰিটা গুণ উল্লেখ কৰা। (Mention four merits of Unitary Government.)  

১৭। এককেন্দ্ৰিক চৰকাৰৰ চাৰিটা দোষ লিখা (Write four demerits of Unitary Government.)  

১৮। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ চাৰিটা গুণ লিখা (Write four merits of Federal Government.)  

১৯। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ চাৰিটা দোষ উল্লেখ কৰা। (Mention four demerits of Federal Government.) 

২০। সংবিধানৰ দুটা বৈশিষ্ট্য লিখা। (Write two characteristics of a Constitution.)  

২১। আদর্শ সংবিধানৰ দুটা বৈশিষ্ট্য লিখা। (Mention two characteristics of a Model Constitution.)  

২২। লিখিত সংবিধানৰ দুটা গুণ লিখ (Write two merits of Written Constitution.)  

২৩। অলিখিত সংবিধানৰ দুটা গুণ উল্লেখ কৰা। (Mention two defects of Written Constitution.)  

২৪। অলিখিত সংবিধানৰ দুটা দোষ লিখ। (Write two merits of Unwritten Constitution.) 

২৫। অলিখিত সংবিধানৰ দুটা দোষ উল্লেখ কৰা (Mention two defects of Unwritten Constitution.) 

২৬। নমনীয় সংবিধানৰ দুটা গুণ উল্লেখ কৰা (Mention two merits of Flexible Constitution.)  

২৭। নমনীয় সংবিধানৰ দুটা দোষ লিখা (Write two defects of Flexible Constitution.)  

২৮। অনমনীয় সংবিধানৰ দুটা গুণ লিখা (Write two merits of Rigid Constitution.)  

২৯। অনমনীয় সংবিধানৰ দুটা দোষ উল্লেখ কৰা। (Mention two defects of Rigid Constitution.) 

৩০। ৰাষ্ট্ৰপতিপ্ৰধান চৰকাৰৰ দুটা গুণ উল্লেখ কৰা (Mention two merits of Presidential Government.)  

৩১। ৰাষ্ট্ৰপতিপ্ৰধান চৰকাৰৰ দুটা দোষ লিখা (Write two demerits of Presidential Government.) 

৩২। সংসদীয় আৰু ৰাষ্ট্ৰপতি চালিত চৰকাৰৰ মাজৰ দুটা পার্থক্য লিখা।  Write two differneces between Parliamentary and Presidential form of Government.  

৩৩। সংসদ প্রধান চৰকাৰৰ দুটা গুণ লিখা (Write two mertis of Parliamentary Government.) 

৩৪। সংসদ প্রধান চৰকাৰৰ দুটা দোষ লিখা। (Write two defects of Parliamentary Government.) 

৩৫। বৃটিছ সংবিধানখনক কিয় অলিখিত সংবিধান আখ্যা দিয়া হয়?  Why is UK Constitution regarded as Unwritten Constitution? 

৩৬। এককেন্দ্ৰিক চৰকাৰৰ দুটা গুণ লিখা। (Write two merits of Unitary Government.) 

৩৭। এককেন্দ্ৰিক চৰকাৰৰ দুটা দোষ উল্লেখ কৰা। (Mention two defects of Unitary Government.)  

৩৮। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা দোষ লিখা (Write two defects of Federal Government.) 

৩৯। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা গুণ উল্লেখ কৰা। (Mention two merits of Federal Government.)  

৪০। সংবিধানবাদ নাইবা নিয়মতন্ত্ৰৰ বিষয়ে চমু টোকা লিখা।  

৪১। বৃটিছ প্রধানমন্ত্রী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ মাজৰ দুটা পার্থক্য লিখা। (Write two differences between  the British Prime Minister and the President of the USA.)  

অতি চমু প্রশ্নঃ  

১। ‘Constitution’ শব্দটোৰ মূল লেটিন শব্দটো উল্লেখ কৰা।  

Mention the original Latin term of the word “Constitution’.  

২। আমেৰিকা যুক্তৰাষ্ট্ৰত কোনটো পদ্ধতিৰ চৰকাৰ প্ৰচলিত আছে?  

Which system of government prevails in USA? 

৩। তত্ত্বগতভাৱে ৰাজ্য সংহতিৰ ব্যৱস্থা থকা সংবিধানখনৰ নাম লিখা।  

Name the Constitution which provides for confederation in theory. 

৪। সংবিধানৰ এটা সংজ্ঞা দিয়া। (Give a definition of Constitution.)  

৫। লিখিত সংবিধানে কি বুজায়? (What is meant by Written Constitution?)  

৬। নমনীয় সংবিধানে কি বুজায়? (What is meant by a Flexible Constitution?) 

৭। দৃঢ় অনমনীয় সংবিধানে কি বুজায়? (What is meant by a Rigid Constitution?)  

৮। সংসদীয় চৰকাৰৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। (Mention one feature of the Parliamentary Government.)  

৯। ৰাষ্ট্ৰপতীয় চৰকাৰৰ এটা বৈশিষ্ট্য লিখা। (Write one feature of the Presidential Government.)  

১০। যুক্তৰাষ্ট্ৰীয় চৰকাৰে কি বুজায়? (What is meant by a Federal Government?) 

১১। এককেন্দ্ৰিক চৰকাৰৰ এটা বৈশিষ্ট্য লিখা । (Write one feature of the Unitary Government.)  

১২। সংবিধানবাদে সংবিধানৰ শ্ৰেষ্ঠত্বক বুজায়। (Constitutionalism means Supremacy of the Constitution.)

Type Himanku Bora