সংস্কৃতিৰ সংঘাত | অধ্যায় ৮ | Class 11 History Question and Answer Assam | HS 1st Year History Chapter 8 Question and Answer Assamese Medium Solution | HS 1st Year History Lesson 8 Question and Answer Assamese Medium Question and Answer Notes and Suggestion |

অধ্যায় ৮

সংস্কৃতিৰ সংঘাত

১। অতি চমু উত্তৰ দিয়া ঃ

ক) ইনকানগৰ মাছু পিছুৰ পুনৰ আৱিষ্কাৰ কেতিয়া হৈছিল?

উত্তৰঃ 

খ) মিক্সিকো নামটো ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ

গ) ব্ৰাজিল শব্দটো কোন বিধ গছৰ পৰা হৈছে?

উত্তৰঃ

ঘ) টলেমিৰ ভূগোল কেতিয়া ছপা হৈ ওলাইছিল?

উত্তৰঃ

ঙ) ক’চম’গ্ৰাফী কি?

উত্তৰঃ

চ) আমেৰিকা নামটো কোন চনৰ পৰা ব্যৱহাৰ হৈছিল?

উত্তৰঃ

ছ) আমেৰিকাৰ শব্দটো ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ

জ) কিউবা কোন চনত আবিষ্কাৰ হৈছিল?

উত্তৰঃ 

ঝ) উত্তৰ আমেৰিকাৰ উপকূল কোনে আবিষ্কাৰ কৰিছিল?

উত্তৰঃ

ঞ) মেগেলেনে জলপথেৰে কোন খ্ৰীঃত বিশ্ব পৰিভ্ৰমণ কৰিছিল?

উত্তৰঃ 

ট) কোন চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়?

উত্তৰঃ 

ঠ) এটাহুৱাল্পাই কোন চনত ইনকা সিংহাসন আৰোহণ কৰে?

উত্তৰঃ 

ড) দক্ষিন আমেৰিকাৰ নতুন নাম কি?

উত্তৰঃ 

২। চমুকৈ উত্তৰ লিখাঃ

ক) এজটেক সভ্যতাৰ মেচোপটেমীয়া সভ্যতাৰ লগত তুলনা কৰা।

উত্তৰঃ

খ) কোনবোৰ কাৰকে ১৫ শতিকাৰ ইউৰোপীয়া নৌ-সঞ্চালনত সহায় কৰিছিল?

উত্তৰঃ 

গ) কি কাৰণত স্পেইন আৰু পৰ্তুগালে ১৫ শতিকাত সৰ্ব্ব প্ৰথমে আটলাণ্টিক মহাসাগৰ পাৰ হৈ যাবলৈ সাহস কৰিছিল?

উত্তৰঃ 

ঘ) দক্ষিন আমেৰিকাৰ পৰা কি কি নতুন খাদ্যবস্তু পৃথিৱীৰ অন্যান্য ঠাইলৈ গৈছিল?

উত্তৰঃ  

৩। ৰচনাধৰ্মী প্ৰশ্নঃ

ক) ধৰি-বান্ধি দাস হিচাপে ব্ৰাজিললৈ নিয়া ১৭ বছৰীয়া ল’ৰা এটাৰ ভ্ৰমণ বৃত্তান্ত লিখা।

উত্তৰঃ

খ) কেনেকৈ দক্ষিণ আমেৰিকাৰ ‘আৱিষ্কাৰে’ ইউৰোপীয় উপনিবেশবাদ বৃদ্ধি কৰাত সহায় কৰিছিল?

উত্তৰঃ

গ) স্পেইনৰ আমেৰিকাত সাম্ৰাজ্য প্ৰতিষ্ঠাৰ বিৱৰণ দিয়া। 

উত্তৰঃ 

ঘ) এজটেক আৰু ইনকা সকলৰ কিয় আৰু কেনেকৈ পতন হ’ল আলোচনা কৰা।

উত্তৰঃ 

ঙ) ইউৰোপীয়সকলৰ সাগৰীয় অভিযানৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ 

৪। চমু টোকা লিখাঃ

ক) এজটেকসকল

উত্তৰঃ 

খ) মায়াসকল 

উত্তৰঃ

গ) ডনা মেৰীনা 

    উত্তৰঃ  

ঘ) কলম্বাচৰ আটলাণ্টিক যাত্ৰা  

উত্তৰঃ